গৌৰীপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

শাৰদীয় দুৰ্গাপূজা মাজতেই গৌৰীপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ।  মলাতিখামাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত উদ্ধাৰ অচিনাক্ত মৃতদেহটো।  পুৱাই স্থানীয় ৰাইজে পথৰ দাতিত থকা পুখুৰী পাৰত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। 

author-image
Asomiya Pratidin
New Update
UJJJDDD
  • শাৰদীয় দুৰ্গাপূজা মাজতেই গৌৰীপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ। 
  • মলাতিখামাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত উদ্ধাৰ অচিনাক্ত মৃতদেহটো। 
  • পুৱাই স্থানীয় ৰাইজে পথৰ দাতিত থকা পুখুৰী পাৰত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। 
  • এয়া হত্যা নে আন কিবা এতিয়াও পোহৰলৈ অহা নাই।
  • ইতিমধ্যে ঘটনা স্থলীত গৌৰীপুৰ আৰক্ষী আহি উপস্হিত হৈছে। 
  • আৰক্ষীৰ তদন্তৰ পিছতেই ওলাই পৰিব প্ৰকৃত ৰহস্য।
পৰ্বতঝোৰা