ৰংপুৰ গাঁৱত মৃতদেহ উদ্ধাৰ

তিনিচুকীয়াৰ ফিল’বাৰীৰ ৰংপুৰ গাঁৱত মৃতদেহ উদ্ধাৰ। মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি। 

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • তিনিচুকীয়াৰ ফিল’বাৰীৰ ৰংপুৰ গাঁৱত মৃতদেহ উদ্ধাৰ।
  • ৰংপুৰ গাঁৱৰ ৰাজহুৱা খেলপথাৰৰ কাষত উদ্ধাৰ মৃতদেহটো।
  • মৃতদেহটোৰ পৰিচয় জানিব পৰা হোৱা নাই।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
  • মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি। 
Assam police