New Update
/asomiyapratidin/media/media_files/2025/01/09/nWbGQoAniyjl1HzagPlt.jpg)
ডিজিটেল ডেস্কঃ বিশ্বনাথৰ ছোৱাগুৰিৰ ১ নং মথাউৰিত উদ্বাৰ কৰা হয় এটা অচিনাক্ত মৃতদেহ। ব্ৰহ্মপুত্ৰ নদীত উটি অহা মৃতদেহটো বৃহস্পতিবাৰে পুৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।
ক'লা ৰঙৰ জেকেট আৰু দীঘল পেন্ট পৰিধান কৰা অচিনাক্ত পুৰুষৰ মৃতদেহটো দেখা পায় হুৱাদুৱা লাগে অঞ্চলত। ঘটনাস্থলীত উপস্থিত হৈছে বিশ্বনাথ ঘাটৰ নদী আৰক্ষী বাহিনীৰ দল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us