New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e9305e7c-db7e-4829-8d36-9fabea2f4e8d/111.jpg)
কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে এজন লোকৰ মৃতদেহ উদ্ধাৰ ।
মৃত লোকজন মৰিগাঁৱৰ লক্ষ্মী ডেকা বুলি চিনাক্ত
ছাটাবাৰী উদ্যোগিক কেন্দ্ৰৰ অসম পলিমাৰ চেণ্ডেল কোম্পানীৰ কৰ্মচাৰী আছিল লক্ষী ডেকা ।
লক্ষ্মী ডেকাৰ মৃতদেহ ৰে'ল পথৰ সুৰঙ্গত উদ্ধাৰ ।
প্ৰত্যক্ষদৰ্শীৰ মতে ব্যক্তিগৰাকীক মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us