বকোত ৰে'ল পথৰ সুৰঙ্গত মৃতদেহ উদ্ধাৰ

বকোত ৰে'ল পথৰ সুৰঙ্গত মৃতদেহ উদ্ধাৰ
  • কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে এজন লোকৰ মৃতদেহ উদ্ধাৰ ।

  • মৃত লোকজন মৰিগাঁৱৰ লক্ষ্মী ডেকা বুলি চিনাক্ত

  • ছাটাবাৰী উদ্যোগিক কেন্দ্ৰৰ অসম পলিমাৰ চেণ্ডেল কোম্পানীৰ কৰ্মচাৰী আছিল লক্ষী ডেকা ।

  • লক্ষ্মী ডেকাৰ মৃতদেহ ৰে'ল পথৰ সুৰঙ্গত উদ্ধাৰ ।

  • প্ৰত্যক্ষদৰ্শীৰ মতে ব্যক্তিগৰাকীক মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in