/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
hojai
-
মুখ্যমন্ত্ৰীৰ ৰোষত হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্তি উপায়ুক্ত।
-
হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন।
-
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিক ভাৱে নিলম্বন কৰা হৈছে দুয়োকে।
-
দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছিল ৰাইজক দুৰ্ব্যৱহাৰৰ অভিযোগ।
-
মুখ্যমন্ত্ৰীৰ এই গোচৰ দৃষ্টিগোচোৰত হোৱাত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।