New Update
/asomiyapratidin/media/media_files/2025/10/19/breaking-news-2025-10-19-21-56-11.jpg)
ডিজিটেল ডেস্ক : নগাঁৱৰ মাজপোতনি গাঁও নিবাসী জ্যেষ্ঠ নাগৰিক, আধ্যাত্মিক সেৱক দক্ষেন্দ্ৰ শইকীয়াৰ আজি সন্ধিয়া ৯৫ বছৰ বয়সত মৃত্যু হয়। বিগত কিছুদিন ধৰি শয্যাগত হৈ থকা শইকীয়াৰ মৃত্যুত মাজপোতনি গাঁৱৰ ৰাইজৰ মাজত শোকৰ ছাঁ পৰিছে।
মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ আৰু দুই বিবাহিতা কন্যাক এৰি থৈ গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us