মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপত চুৰিকাণ্ড

মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপৰ তৃষ্ণা হোটেলৰ সন্মুখত সংঘটিত হয় এই চুৰিকাণ্ড। ঘটনাস্থলীত উপস্থিত হৈছে পুৰণিগুদাম আৰক্ষী

author-image
Asomiya Pratidin
New Update
48
  • নগাঁৱৰ ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপত চুৰিকাণ্ড।
  • মন্দিৰ দৰ্শন কৰিবলৈ অহা দৰ্শনাৰ্থীৰ ডিঙিৰ পৰা চিঙি নিলে সোণৰ চেইন।
  • বাইকত অহা দুজনীয়া চোৰৰ দলে সংঘটিত কৰিলে এই চুৰিকাণ্ড।
  • মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপৰ তৃষ্ণা হোটেলৰ সন্মুখত সংঘটিত হয় এই চুৰিকাণ্ড।
  • ঘটনাস্থলীত উপস্থিত হৈছে পুৰণিগুদাম আৰক্ষী।
নগাঁও