গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক হত্যাকাণ্ড
কাহিলিপাৰাৰ ভাড়াঘৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়
অবৈধ প্রেমৰ বাবে স্বামীক হত্যা কৰা সন্দেহ
পত্নী হীৰামণি হালৈৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগৰ আঙুলি
মৃত লোকজনৰ নাম দিটুমণি হালৈ
CRPF ৰ জোৱান আছিল হালৈ
কৰ্মসূত্ৰে তেওঁ নিয়োজিত হৈ আছিল মণিপুৰত
ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে চলাইছে তদন্ত