New Update
/asomiyapratidin/media/media_files/2025/08/21/fdfdf-2025-08-21-23-49-37.jpg)
- সাংবাদিক, ইউটিউবাৰ অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ক্রাইম ব্রাঞ্চত গোচৰ
- সাংবাদিকজনৰ বিৰুদ্ধে ৭/২৫ নম্বৰত গোচৰ ৰুজু কৰে ক্রাইম ব্রাঞ্চে
- ইউটিউবাৰজনৰ এটা ভিডিঅ’ সম্প্রচাৰক লৈ ৰুজু এই গোচৰ
- ভিডিঅ’টোত ইউটিউবাৰজনে সাঙুৰিছিল ৰাজ্যৰ মুখ্যমন্ত্রীক
- সাংবাদিকজনৰ বিৰুদ্ধে অলক কুমাৰ বৰুৱা নামৰ যুৱকজনে দাখিল কৰিছিল এজাহাৰ
- সেই এজাহাৰৰ ভিত্তিতে সাংবাদিকজনৰ বিৰুদ্ধে গোচৰ ৰুজু ক্রাইম ব্রাঞ্চৰ
- অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৫২/১৯৬/১৯৭ ধাৰাত গোচৰ ৰুজু