New Update
/asomiyapratidin/media/media_files/2025/03/25/CcUAoCMY6n9pAuUTnzlh.jpg)
ডাইনী কাণ্ড
- ৰাজ্য়ত পুনৰ সংঘটিত হ'ল ডাইনী কাণ্ড
- ৰঙাপৰাত ডাইনী সন্দেহত দম্পত্তিক মাৰধৰ
- দম্পতীক অত্যাচাৰ কৰি খেদি পঠোৱা হ’ল গাঁৱৰ পৰা
- ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰৰ প্ৰজা লাইনত সংঘটিত হৈছে এই ঘটনা
- প্ৰজা লাইনৰ কালতি তাঁতীক, স্বামী স্বপন তাঁতীক ডাইনী সন্দেহত মাৰধৰ
- দুৰ্ভগীয়া দম্পতীয়ে ৰঙাপৰা থানাত দাখিল কৰে এজাহাৰৰ
- অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে তিনিজনক
- আটক শান্তি তাঁতী, অঞ্জলী তাঁতী আৰু দেৱগন কেউট
- অমৃত তাঁতী নামৰ আন এজন অভিযুক্ত বৰ্তমানেও পলাতক
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত