/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/qf33iusr/13.jpg)
correspondent
-
কটন বিশ্ববিদ্যালয়ত প্রাক্তন হোষ্টেল আৱাসীৰ উদ্ভণ্ডালি
-
সুৰাপান কৰাত বাধা দিয়াৰ বাবেই নিৰাপত্তাৰক্ষীক প্রহাৰ
-
বাধা দিয়াৰ পিছতো সুৰাপান কৰি শ্রেণীকোঠাতে প্রস্রাৱ কৰাৰো অভিযোগ
-
SNBC হোষ্টেলৰ প্রাক্তন আৱাসী সঞ্জন গোহাঁইৰ বিৰুদ্ধে এই অভিযোগ
-
আন যুৱকৰে মিলি সুৰক্ষা কৰ্মী পূৰ্বজ্যোতি কলিতাক মাৰপিট
-
ঘটনা সন্দৰ্ভত পাণবজাৰ থানাত এজাহাৰ দাখিল পূৰ্বজ্যোতি কলিতাৰ
-
উল্লেখযোগ্য যে সঞ্জন গোহাঁইৰ বিৰুদ্ধে আৰক্ষী থানাত আছে পূৰ্বৰ একাধিক গোচৰ