নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত

কংগ্ৰেছত পুনৰ পদত্যাগ। কংগ্রেছ ত্যাগ দলটোৰ IT চেলৰ উপাধ্যক্ষ নিত্যানন্দ দাসৰ। APCCৰ সভাপতি গৌৰৱ গগৈলৈ প্ৰেৰণ কৰে পদত্যাগ পত্র।

author-image
Asomiya Pratidin
New Update
image (36)
  • নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত 
  • কংগ্ৰেছত পুনৰ পদত্যাগ
  • কংগ্রেছ ত্যাগ দলটোৰ IT চেলৰ উপাধ্যক্ষ নিত্যানন্দ দাসৰ
  • সামাজিক মাধ্যম চেলৰো উপাধ্যক্ষ আছিল নিত্যানন্দ
  • APCCৰ সভাপতি গৌৰৱ গগৈলৈ প্ৰেৰণ কৰে পদত্যাগ পত্র

WhatsApp Image 2026-03-08 at 12.08.50 PM

কংগ্ৰেছ