/asomiyapratidin/media/media_files/2026/01/06/new-ap-web-4-3-2026-01-06-12-16-56.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছে সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ। বিজেপিয়ে ভোট চুৰ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'লে কংগ্ৰেছ দলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-image-2-2026-01-06-12-28-43.jpeg)
খচৰা ভোটাৰ তালিকাক লৈ অসন্তুষ্ট কংগ্ৰেছ। ভোটাৰ তালিকা প্ৰস্তুতত ব্যাপক বিসংগতিৰ অভিযোগো উত্থাপন কৰে কংগ্ৰেছে। শেহতীয়াকৈ পোহৰলৈ অহা এই বিসংগতিৰ পাছতে আজিৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় কংগ্ৰেছ দলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-image-2026-01-2026-01-06-12-29-01.jpeg)
এই প্ৰতিবাদত অংশগ্ৰহণ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতাই। বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰে আকাশ-বতাহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us