New Update
/asomiyapratidin/media/media_files/2025/11/27/image-36-2025-11-27-15-31-09.png)
- যোৰহাটত সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
- চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই এখন দলঙত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত
- ঘটনাত চালকজন অচেতন হৈ পৰে
- বাহনখনে এখন দলঙত খুন্দা মৰাৰ ফলত বাহনখনৰ ক্ষতিসাধন হয়
- এই ঘটনাত কথমপি ৰক্ষা পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ
- ইপিনে চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us