New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/congress.png)
- নতুন দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিতিৰ ৫ ঘন্টীয়া মন্থন বৈঠকৰ অন্ত।
- সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু ৰণদ্বীপ সিং সুয্যৱালাৰ সংবাদমেল।
- ৫ ৰাজ্যৰ পৰাজয়ক অতি গম্ভীৰ হিচাপে গ্ৰহণ কৰিছে কংগ্ৰেছে।
- পঞ্জাৱৰ পৰাজয় প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু নতুন নেতৃত্বৰ হাতত নিৰ্বাচনী দায়িত্ব দিয়াৰ ফল বুলি অভিহিত কংগ্ৰেছৰ।
- ২০২২-২০২৪ ৰ আহিবলগীয়া নিৰ্বাচনক লৈ বিশেষ ৰণকৌশল তৈয়াৰ কৰিব কংগ্ৰেছে।
- ছোনিয়া গান্ধীৰ নেতৃত্বৰ প্ৰতি সম্পুৰ্ণ আস্থা কংগ্ৰেছৰ ।
- ছোনিয়া গান্ধীয়েই অধ্যক্ষ হৈ থাকিব কংগ্ৰেছৰ।
- ছোনিয়া গান্ধীক সন্মুখৰ পৰা সবল ভাৱে নেতৃত্ব লোৱা আৰু সাংগঠনিক সাল-সলনিৰ আহ্বান।