New Update
/asomiyapratidin/media/media_files/2025/07/06/bbb-2025-07-06-11-41-45.jpg)
- আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক
- সভাপতি গৌৰৱ গগৈৰে বৈঠকত মিলিত হ’ব কংগ্রেছৰ ৫জনকৈ অধ্যক্ষ
- নিৰ্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ ভূপেন বৰা থাকিব বৈঠকত
- সমন্বয়ৰক্ষী কমিটীৰ অধ্যক্ষ দেৱব্রত শইকীয়াও থাকিব উপস্থিত
- বৈঠকত থাকিব ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্রদ্যুৎ বৰদলৈ
- প্রচাৰ কমিটীৰ অধ্যক্ষ ৰকিবুল হুছেইনো থাকিব বৈঠকত
- লগতে উপস্থিত থাকিব নিৰ্বাচন ব্যৱস্থাপনা কমিটীৰ অধ্যক্ষ ৰিপুণ বৰা
- সন্ধিয়া ৭বজাত অনুষ্ঠিত হ’ব এই বৈঠক
- এই বৈঠকতে প্রস্তুত কৰা হ’ব কংগ্রেছ দলৰ পৰৱৰ্তী ৰণনীতি
- বৈঠকত মিত্রতা সন্দৰ্ভতো আলোচনা হ’ব
- সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অসম ভ্রমণকলৈও হ’ব আলোচনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us