New Update
/asomiyapratidin/media/media_files/2025/04/30/DlRCGglQdfhkTXDjKrh2.jpg)
কংগ্রেছৰ গোচৰ ৰুজু
- অপপ্রচাৰৰ বিৰুদ্ধে নলবাৰীত কংগ্রেছৰ গোচৰ ৰুজু
- সাংসদ গৌৰৱ গগৈৰ ফটো সম্পাদিত কৰি অপপ্রচাৰ
- ৮জন লোকৰ বিৰুদ্ধে গোচৰ দাখিল আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতাৰ
- ভূপেন তালুকদাৰ, বিকাশ বৈশ্য, ধন চন্দ্র কৈৱৰ্তৰ বিৰুদ্ধে গোচৰ
- গোচৰ ৰুজু কেশৱ কুমাৰ নাথ, জেচিম চৌধুৰী, ধীৰাজ মৰাণৰ বিৰুদ্ধে
- ৰাতুল গগৈ আৰু বিপুল ডেকাৰ বিৰুদ্ধে নলবাৰী থানাৰ গোচৰ দাখিল