New Update
/asomiyapratidin/media/media_files/2024/11/23/egw4D25jo4QHPvmAwjNA.jpg)
- ৱায়ানাডত প্ৰিয়ংকা গান্ধীলৈ ৰাইজৰ অভূতপূৰ্ব মৰম।
- ৱায়ানাডত কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীৰ অগ্ৰগতি
- ৱায়ানাড সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ অগ্ৰগতি।
- সমষ্টিটোৰ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীয়ে বিপুল ভোটত লাভ কৰিছে অগ্ৰগতি।
- ৩৬৮৩১৯ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে প্ৰিয়ংকা গান্ধী।
- বৰ্তমানলৈকে তেওঁ লাভ কৰা ভোটৰ সংখ্যা হৈছে ৫৫৭৪৫১টা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us