ডিমৰীয়া মহাবিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি

ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ওপৰত খিলঞ্জীয়া জ্ঞান ব্যৱস্থাৰ প্ৰভাৱ শীৰ্ষক আলোচনাচক্ৰত উপস্থিত আছিল বহু কেইজন বিশিষ্ট ব্যক্তি।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-22 at 1.05.05 PM

ডিজিটেল ডেস্কঃ  ডিমৰীয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ  আজি সফল সামৰণি পৰে। হিন্দী-অসমীয়া বিভাগ আৰু ভাষা, সংস্কৃতি আৰু পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই আলোচনা চক্ৰ।

image (10)

উল্লেখ্য যে আলোচনা চক্ৰৰ দ্বিতীয়টো দিনত অভূতপূৰ্ব সহাৰি লাব কৰা পৰিলক্ষিত হয়।ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ওপৰত খিলঞ্জীয়া জ্ঞান ব্যৱস্থাৰ প্ৰভাৱ শীৰ্ষক আলোচনাচক্ৰত উপস্থিত আছিল বহু কেইজন বিশিষ্ট ব্যক্তি।

image (11)

ডিমৰীয়া