মাজনিশাৰ পৰা হ'ব সোৱণশিৰি প্ৰকল্পৰ বাণিজ্যিক বিজুলী উৎপাদন

দ্বিতীয় ইউনিটত ২৫০ মেগাৱাট বিজুলী বাণিজ্যিকভাৱে উৎপাদন কৰিব ৷ যোৱা ২ডিচেম্বৰত দ্বিতীয় ইউনিটত সফল পৰীক্ষণৰ অন্তত পাৱাৰগ্ৰীডৰ লগত সংযোগ কৰিছিল। 

author-image
Asomiya Pratidin
New Update
510
  • আজি মাজনিশাৰ পৰা গেৰুকামুখৰ সোৱণশিৰি প্ৰকল্পৰ বাণিজ্যিক বিজুলী উৎপাদন হ’ব। 
  • এক প্ৰেছ বিজ্ঞাপনযোগে এই কথা জনাইছে NHPCয়ে ৷ 
  • দ্বিতীয় ইউনিটত ২৫০ মেগাৱাট বিজুলী বাণিজ্যিকভাৱে উৎপাদন কৰিব ৷ 
  • যোৱা ২ডিচেম্বৰত দ্বিতীয় ইউনিটত সফল পৰীক্ষণৰ অন্তত পাৱাৰগ্ৰীডৰ লগত সংযোগ কৰিছিল। 
  • মঙলবাৰে পুৱা ১০-০০ বজাত বৃহৎ নদীবান্ধটোৰ কাৰ্যক্ষমৰ শুভাৰম্ভ কৰিব ভাৰ্চুৱেলী কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে।
সোৱণশিৰি নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প