মূৰ আৰু বুকুত গুলী লৈ জীৱন-মৃত্যুৰে যুজিছে কলোম্বিয়াৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মিগুৱেলে...

কলোম্বিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী মিগুৱেল ওৰিবু তুবায়ৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ৰাজধানী চহৰ বেগোতাত নিৰ্বাচনী এখন প্ৰচাৰ সভাত অংশ লোৱাৰ সময়তে দুৰ্বৃত্তৰ গুলীচালনাত

New Update
kolom

ডিজিটেল ডেস্কঃ কলোম্বিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী মিগুৱেল ওৰিবু তুবায়ৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ৰাজধানী চহৰ বেগোতাত নিৰ্বাচনী এখন প্ৰচাৰ সভাত অংশ লোৱাৰ সময়তে দুৰ্বৃত্তৰ গুলীচালনাত এতিয়া জীৱন-মৃত্যুৰে যুজিছে প্ৰাৰ্থীগৰাকীয়ে।

Advertisment

দুৰ্বৃ্ত্তৰ তিনিটা গুলীৰ ভিতৰত দুটা গুলী মূৰত আৰু এটা বুকুত ভেদিছে বুলি সদৰি কৰিছে প্ৰশাসনে। এখন উদ্যানত অনুষ্ঠিত হোৱা প্ৰচাৰ কাৰ্যসূচীৰ সময়তে সংঘটিত হৈছিল ঘটনা। ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোক। 

গুলীচালনা