/asomiyapratidin/media/media_files/2025/09/08/bhftyrrfyyhk-2025-09-08-18-33-04.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ দিন-দুপৰতে চিলনী চোৰৰ কবলত পৰিল এজন কলেজৰ ছাত্ৰ। বালিপৰা আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ অৰমান ছেত্ৰীৰ পৰা চিলনী চোৰে লুটি নিলে ৪৫,০০০ টকা।
প্ৰাপ্ত তথ্য অনুসৰি, অৰমান ছেত্ৰীয়ে ঘৰৰ বাবে পাঞ্জাৱ নেচনেল বেংক আৰু চেন্ট্ৰেল বেংকৰ পৰা টকা উলিয়াই আনিছিল। ঠিক তেনে সময়তে বান্দৰ কেঁকোৰা লগাই সুযোগ বুজি চিলনী চোৰে লুটি নিয়ে টকাখিনি।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/08/capturebbbbb-2025-09-08-18-33-26.jpg)
ঘটনাৰ পিছত ভুক্তভোগী ছাত্ৰজনে চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us