New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/HBG.jpg)
- PSOক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
- ইচ্ছানুযায়ী জোৱানক সুৰক্ষাকৰ্মী হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব বিষয়াই।
- PSO, HOUSE GUARD হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষী বিষয়াই।
- কৰ্তৃত্বপ্রাপ্ত অধিকাৰীৰ অনুমতি অবিহনে নিয়োগ কৰিব নোৱাৰিব PSO।
- অধিনায়ক সকলেও জোৱানক নিয়োজিত কৰাৰ বাবে ল'ব লাগিব অনুমতি।
- এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।
- আৰক্ষী অধীক্ষক আৰু অধিনায়কসকলক দিয়া হৈছে এই নিৰ্দেশনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us