New Update
- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নাম লৈ মহানগৰীত প্ৰৱঞ্চনাৰ জাল।
- মুখ্যমন্ত্ৰীৰ পত্নীৰ গাড়ী বুলি এজন লোকে পেট্ৰল ডিপোত ভৰাই তেল।
- সন্দেহ উপজাত পেট্ৰল ডিপোৰ কৰ্তৃপক্ষই খবৰ দিছিল আৰক্ষীক।
- আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যক্তিজনক।
- তাৰ পাছত আৰক্ষীয়ে লোকজনক গতাই দিছে মহানগৰীৰ অপৰাধ শাখাক।
- দাস উপাধিৰ ব্যক্তিজন অসম চৰকাৰৰ এজন উচ্চ পদস্থ বিষয়াৰ গাড়ীচালক বুলি জানিব পৰা গৈছে।
- দীৰ্ঘদিন ধৰি তেওঁ এই কাম কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।
- ক্ৰাইম বাঞ্চে সোধ-পোচ আৰু তদন্ত অব্যাহত ৰাখিছে ঘটনাৰ সন্দৰ্ভত।