বন বিভাগৰ বিষয়া কুশল কুমাৰ ডেকাৰ বাসগৃহত চিএম ভিজিলেন্সৰ অভিযান

বন বিভাগৰ বিষয়া কুশল কুমাৰ ডেকাৰ বাসগৃহত অভিযান। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ এই অভিযান। আয়বহিৰ্ভূত সম্পত্তিৰ অধিকাৰী বন বিভাগৰ বিষয়াগৰাকী।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-20 at 11.48.36 AM
  • বন বিভাগৰ বিষয়া কুশল কুমাৰ ডেকাৰ বাসগৃহত অভিযান
  • মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ এই অভিযান
  • আয়বহিৰ্ভূত সম্পত্তিৰ অধিকাৰী বন বিভাগৰ বিষয়াগৰাকী
  • মহানগৰীৰ মঠঘৰীয়াত উপস্থিত হৈছে অভিযানকাৰী দল
  • বড়ো চ’কৰ গৃহ নং ২১৩ত চলিছিল এই অভিযান
  • বন বিষয়াগৰাকীৰ বিৰুদ্ধে ০১/২০২৬ নম্বৰত এক গোচৰ ৰুজু
  • পাঞ্জাবাৰীৰ অৰণ্য ভৱনত কৰ্মৰত কুশল কুমাৰ ডেকা
গুৱাহাটী