বৰপেটা ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ত চিএম ভিজিলেঞ্চৰ অভিযান

বৰপেটা ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ত CM ভিজিলেঞ্চৰ অভিযান। ৩ হাজাৰ ৫০০ টকা ঘোচ লৈ হাতেলোটে ধৰা পৰিল লাট মণ্ডল। ধৃত লাট মণ্ডলজনৰ নাম আনোৱাৰ হুছেইন।

author-image
Asomiya Pratidin
New Update
new ap web 1 (20)
  • বৰপেটা ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ত CM ভিজিলেঞ্চৰ অভিযান
  • ৩ হাজাৰ ৫০০ টকা ঘোচ লৈ হাতেলোটে ধৰা পৰিল লাট মণ্ডল
  • ধৃত লাট মণ্ডলজনৰ নাম আনোৱাৰ হুছেইন
  • আব্দুল বাতেন নামৰ লোকজনক ভূমি সংক্রান্তীয় কামৰ বাবদ বিচাৰিছিল ধন
  • লাট মণ্ডল আনোৱাৰে হুছেইনে দাবী কৰিছিল ২০ হাজাৰ টকা
  • ভুক্তভোগী বাতেন মণ্ডলৰ অভিযোগৰ ভিত্তিতে গ্রেপ্তাৰ লাট মণ্ডল হুছেইনক
বৰপেটা চি এম ভিজিলেঞ্চ