New Update
/asomiyapratidin/media/media_files/2025/05/05/RDEyFzpRBLJsdRi0xDfS.jpg)
- মৰিগাঁও কৰ পৰিদৰ্শক বেদব্রত শইকীয়াৰ বাসগৃহত অভিযান
- সোমবাৰে পুৱাৰ পৰা মুখ্যমন্ত্ৰী তদাৰকী কোষে চলাইছে এই অভিযান
- যোৰহাটৰ অজন্তা বাইপাছৰ সমীপৰ ৫ নং বাইলেনত থকা বাসগৃহৰ পৰা অভিযানৰ সময়ত বহু তথ্য লাভ কৰিছে অভিযানকাৰী দলে
- ৫ জনীয়া এটা দলে চলাইছে এই অভিযান
- কৰ বিষয়াজনৰ দুৰ্নীতি আৰু আয় বৰ্হিঃভূত সম্পত্তি সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ পাইছিল অসমীয়া প্ৰতিদিন ডিজিটেলত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us