/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
মহিলাৰ গাত হাত দিয়াৰ অভিযোগত আৰক্ষীৰ জালত আৰক্ষী
CM ভিজিলেন্সৰ বিষয়া প্রণৱ বৈশ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
ৰঙিয়াৰ পৰা গুৱাহাটীলৈ আহি থকাৰ সময়তে মহিলাৰ গাত হাত দিয়াৰ অভিযোগ
বাছত থকা অন্য যাত্রীয়ে ম’বাইলত আৱদ্ধ কৰিছিল সমগ্র দৃশ্য
ৰঙিয়া থানাত ভুক্তভোগী মহিলাৰ এজাহাৰ দাখিল
অভিযোগৰ পিছতে ৰঙিয়া থানাত সোধা-পোছা বিষয়াগৰাকীক
প্রণৱ বৈশ্যৰ বিৰুদ্ধে শীঘ্রেই বিহীত ব্যৱস্থা গ্রহণ কৰিব CM ভিজিলেন্সে