/asomiyapratidin/media/media_files/2025/12/23/new-ap-web-5-11-2025-12-23-11-45-17.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বেলতলাত CM ভিজিলেন্সৰ অভিযান। অভিযন্তা সুশীল কুমাৰ তামুলীৰ বাসগৃহত এই অভিযান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/4f18745c-1758-47b1-a98c-206fd2780a01-2025-12-23-11-39-27.jpg)
উল্লেখ্য যে, P&RDৰ অৱসৰপ্রাপ্ত অভিযন্তা আছিল সুশীল কুমাৰ তামুলী। পুৱা ৬ বজাৰ পৰা অভিযান আৰম্ভ কৰে। ইপিনে এই অভিযানৰ উমান পাই প্রাতঃ ভ্রমণলৈ যোৱা সুশীল কুমাৰ তামুলীয়ে পলায়ন কৰে বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/16974899-78dd-452e-b4a9-75a9a83cec5d-2025-12-23-11-41-18.jpg)
প্ৰণিধানযোগ্য যে, আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী এই সুশীল কুমাৰ তামুলী।সোণাপুৰত এখন বিদ্যালয়, বেলতলাত এখন ছুপাৰ মাৰ্কেট আছে তামুলীৰ। লগতে বেলতলাৰ দুটাকৈ স্থানত আছে অট্টালিকা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/23/0950a91e-10c5-498a-b5de-c15e4602341c-2025-12-23-11-41-30.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us