New Update
/asomiyapratidin/media/media_files/2025/07/18/1-2025-07-18-13-28-45.jpg)
- চি এম ভিজিলেন্সলৈ তলব অসম পৰ্যটন নিগমৰ প্রাক্তন সঞ্চালকক
- দ্বিতীয়বাৰলৈ তলব নিগমৰ প্রাক্তন সঞ্চালক মনালিছা গোস্বামীক
- দ্বিতীয়বাৰৰ বাবে জেৰাৰ সন্মুখীন হ’ব মনালিছা গোস্বামী
- তদানীন্তন পৰ্যটন মন্ত্রী ৰকিবুল হুছেইনৰ দিনত সংঘটিত হৈছিল কেলেংকাৰী
- গোস্বামীৰ বিৰুদ্ধে প্রাৰ্থীৰ নম্বৰ বৃদ্ধি কৰি চাকৰি দিয়াৰ অভিযোগ আছিল
- মৌখিক পৰীক্ষাৰ নম্বৰ বৃদ্ধি কৰিছিল মনালিছা গোস্বামীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us