New Update
/asomiyapratidin/media/media_files/2026/02/17/bhupen-lksdjfg-2026-02-17-19-40-24.jpg)
- ভূপেন বৰাৰ কাষত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
- গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈছে মুখ্যমন্ত্ৰী।
- ভূপেন বৰাই দল ত্যাগ কৰাৰ পাছত তেওঁৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী।
- মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু ভূপেন বৰাৰ মাজত আলোচনা।
- আলোচনাত বিজেপিত যোগদানৰ পৰৱৰ্তী পৰিকল্পনা প্ৰস্তুত কৰাৰ সম্ভাৱনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us