FACEBOOK LIVEত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

অহা ৩ডিচেম্বৰত গুৱাহাটীত অসম আৰক্ষীৰ নিযুক্তি পত্ৰ বিতৰণ। গুৱাহাটীত অনুষ্ঠিত হ'ব এই নিযুক্তি পত্ৰ অনুষ্ঠান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। ফেচবুক লাইভত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
hhnnd
  • অহা ৩ডিচেম্বৰত গুৱাহাটীত অসম আৰক্ষীৰ নিযুক্তি পত্ৰ বিতৰণ।
  • গুৱাহাটীত অনুষ্ঠিত হ'ব এই নিযুক্তি পত্ৰ অনুষ্ঠান।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা।
  • ফেচবুক লাইভত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে
  • এছ আই, কনিষ্ঠবল, কামাণ্ডো সকলো পদবীত উৰ্ত্তীণ প্ৰাৰ্থীক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ।
  • ২৮ নৱেম্বৰত মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীসকলক দিব লগা ৩০০টকা মুকলি কৰি দিব চৰকাৰে।
  • শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে মুকলি কৰিব এই আঁচনিৰ। 
  • ১২ডিচেম্বৰৰ পৰা বিটিচিত আৰম্ভ অৰুণোদয় আঁচনি। 
ড০ হিমন্ত বিশ্ব শৰ্মা