মুখ্যমন্ত্রীৰ বিৰুদ্ধে গোহাৰি পত্র ছপা কৰি আটক চাৰিজন যুৱক

মুখ্যমন্ত্রীৰ বিৰুদ্ধে গোহাৰি পত্র ছপা কৰি আটক চাৰিজন যুৱক। আপত্তিজনক নথি-পত্রসহ আটক কৰে যুৱককেইজনক।  চাৰিওজন যুৱক লাহৰিঘাট সমষ্টিৰ কংগ্রেছী বিধায়ক আছিফ নজৰৰ কৰ্মচাৰী।

author-image
Asomiya Pratidin
New Update
াীীুপপ বূবূ
  • মুখ্যমন্ত্রীৰ বিৰুদ্ধে গোহাৰি পত্র ছপা কৰি আটক চাৰিজন যুৱক
  • আপত্তিজনক নথি-পত্রসহ আটক কৰে যুৱককেইজনক 
  • চাৰিওজন যুৱক লাহৰিঘাট সমষ্টিৰ কংগ্রেছী বিধায়ক আছিফ নজৰৰ কৰ্মচাৰী
  • ধৃত ৰেকিব হক নামৰ এজন আছিফ নজৰৰ ব্যক্তিগত সহায়ক
  • দিছপুৰ আৰক্ষীয়ে নিশা আটক কৰিছে এই চাৰিজন যুৱকক 
  • ডাউনটাউনৰ সমীপৰ এটা ফ্লেটৰ পৰা আটক
  • লগতে গোহাৰিসমূহ কঢ়িয়াই অনা এখন ট্রাকো জব্দ কৰে আৰক্ষীয়ে
গুৱাহাটী