"গোলাঘাট, গুৱাহাটী, তেজপুৰ, লখিমপুৰতো আছিল বিস্ফোৰণৰ পৰিকল্পনা"

বোকাখাতৰ গ্রেনেড বিস্ফোৰণক লৈ মুখ্যমন্ত্রীৰ মন্তব্য। ঘটনাত জড়িত আটাইকেইজনকে গ্রেপ্তাৰ কৰা হৈছে। গোলাঘাট, গুৱাহাটী, তেজপুৰ, লখিমপুৰত গ্রেনেড বিস্ফোৰণৰ পৰিকল্পনা আছিল

author-image
Asomiya Pratidin
New Update
sdsdsd
  • বোকাখাতৰ গ্রেনেড বিস্ফোৰণক লৈ মুখ্যমন্ত্রীৰ মন্তব্য
  • ঘটনাত জড়িত আটাইকেইজনকে গ্রেপ্তাৰ কৰা হৈছে
  • গোলাঘাট, গুৱাহাটী, তেজপুৰ, লখিমপুৰত গ্রেনেড বিস্ফোৰণৰ পৰিকল্পনা আছিল
  • অভিযুক্তৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ৩টা গ্রেনেড আৰু এটা পিষ্টল
  • ইয়াৰে এজন প্রাক্তন আলফাৰ সদস্য
  • আটাইকেইজনে অপৰাধমূলক কাৰ্যত জড়িত আছিল
  • ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত
Advertisment

 

ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা