New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
dangor khabar
-
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জেড প্লাছ নিৰাপত্তা।
-
সমগ্ৰ দেশতেই মুখ্যমন্ত্ৰীৰ এই নিৰাপত্তা ব্যৱস্থা।
-
কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিছে এই নিৰ্দেশনা।
-
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ কৰিছিল জেড নিৰাপত্তা।