শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাটো আপত্তিজনকঃ মুখ্যমন্ত্ৰী

ৰেজাউল কৰিম সৰকাৰ সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য- ‘কংগ্রেছত যোগদান কৰিয়েই আপত্তিজনক মন্তব্য কৰিছিল ৰেজাউলে। ধুবুৰীক শিৱসাগৰ বনোৱাত মোৰ কোনো আপত্তি নাই’

author-image
Asomiya Pratidin
New Update
kjdfksjdf     new ap web 11-11-24 new 2
  • ৰেজাউল কৰিম সৰকাৰ সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
  • ‘কংগ্রেছত যোগদান কৰিয়েই আপত্তিজনক মন্তব্য কৰিছিল ৰেজাউলে’
  • ‘ধুবুৰীক শিৱসাগৰ বনোৱাত মোৰ কোনো আপত্তি নাই’
  • ‘কিন্তু শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাটো আপত্তিজনক’
  • ‘ধুবুৰী ইতিমধ্যে ৮০% বাংলাদেশী মূলৰ মানুহে দখল কৰিছে’
  • ‘শিৱসাগৰ অসমীয়া জাতিৰ প্রাণ স্পন্দন’
  • ‘অসমীয়া ভাষাৰ নৱজাগৰণ শিৱসাগৰ জিলাৰ পৰাই হৈছিল’
  • ‘চৰাইদেউ মৈদামে আজি বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি লাভ কৰিছে’
ড০ হিমন্ত বিশ্ব শৰ্মা