১০ মাৰ্চৰ দিনৰ ১০.৩০ বজাত অৰুণোদয় হিতাধিকাৰীয়ে পাব ৯হাজাৰকৈ টকা...

জন আশীৰ্বাদ যাত্রাৰ পূৰ্বে মুখ্যমন্ত্রীৰ বিশেষ ফেচবুক লাইভ। ১০ মাৰ্চৰ দিনৰ ১০.৩০ বজাত অৰুণোদয় হিতাধিকাৰীয়ে পাব ৯হাজাৰকৈ টকা ৰাজ্যৰ ৪০লাখ মহিলাই একাউণ্টযোগে লাভ কৰিব এই ধন। ৰাজ্যৰ প্রতিটো গাঁও পঞ্চায়ত, BTCৰ VCDC আৰু নগৰ এলেকাত হ’ব বিশেষ সভা

author-image
Asomiya Pratidin
New Update
ujjjdd
  • জন আশীৰ্বাদ যাত্রাৰ পূৰ্বে মুখ্যমন্ত্রীৰ বিশেষ ফেচবুক লাইভ
  • ১০ মাৰ্চৰ দিনৰ ১০.৩০ বজাত অৰুণোদয় হিতাধিকাৰীয়ে পাব ৯হাজাৰকৈ টকা
  • ৰাজ্যৰ ৪০লাখ মহিলাই একাউণ্টযোগে লাভ কৰিব এই ধন
  • ৰাজ্যৰ প্রতিটো গাঁও পঞ্চায়ত, BTCVCDC আৰু নগৰ এলেকাত হ’ব বিশেষ সভা
  • সভাত উপস্থিত থকাৰ সময়তেই প্রতিগৰাকী মহিলাৰ একাউণ্ট সোমাব আঁচনিৰ ধন
  • মুঠ ৩,৬০০কোটি টকা খৰচ হ’ব এই আঁচনিৰ বাবে
  • এই হস্তান্তৰ প্রক্রিয়াক এক নতুন অভিলেখ আখ্যা মুখ্যমন্ত্রীৰ
  • সভাত প্রতিগৰাকী মহিলাক অংশগ্রহণৰ আহ্বান মুখ্যমন্ত্রীৰ
ড হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা