New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/cm-ss.jpg)
- পীয়ুষ হাজৰিকাৰ পিছত মুখ্যমন্ত্ৰীৰো ঘোষণা।
- বিৰোধীৰ ৭টা ভোট আমি পাম অতিৰিক্তকৈ।
- অৱশ্যে এই কথা ফলাফলৰ পাছত স্পষ্ট হব বুলিও কলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ক্লিক কৰি পঢ়কঃমন্ত্ৰী পীয়ুষৰ ঘোষণাঃ বিৰোধীৰ ৭টা ভোট অতিৰিক্তভাৱে লাভ কৰিব বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীয়ে…
- এ আই ইউ ডি এফৰ ভোট ৯৯.৯শতাংশ নাপাও বুলি কলে মুখ্যমন্ত্ৰীয়ে।
- কোনোবাই যদি বেছি ভাল পায় তেতিয়া হয়তো বিজেপিক এ আই ইউ ডি এফে দিব পাৰে বুলিও কলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us