লখিমপুৰ আৱৰ্ত ভৱনত ভূপেন বৰা আৰু অখিল গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক

দুঘণ্টাজোৰা বৈঠকৰ অন্তত অখিল গগৈৰ মন্তব্য, ‘কংগ্রেছেৰে মিত্রতা অক্ষুণ্ণ থাকিব’

author-image
Asomiya Pratidin
New Update
dsdsdsasas
  • লখিমপুৰ আৱৰ্ত ভৱনত ভূপেন বৰা আৰু অখিল গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক
  • দুঘণ্টাজোৰা বৈঠকৰ অন্তত অখিল গগৈৰ মন্তব্য
  • ‘কংগ্রেছেৰে মিত্রতা অক্ষুণ্ণ থাকিব’

Capturehghtg

  • ‘ভূপেন বৰাক মিত্রতাৰ দায়িত্ব দিছে ৰাহুল গান্ধীয়ে’
  • ‘বিৰোধীৰ চৰকাৰ হ’লে বৃহৎ‍ নদীবান্ধ ভাঙি দিব’

Capturetyhtuy

 দুই নেতাৰ বৈঠকক লৈ ৰাজনৈতিক মহলত হৈছে ব্যাপক চৰ্চা।

ভূপেন বৰা অখিল গগৈ