New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
কাছাৰত ডকাইতৰ দুই গেঙৰ মাজত তুমুল মাৰপিটঃ গুলীচালনাৰ ঘটনা...
নিশা কাছাৰৰ শিলডুবিত গুলীচালনাৰ ঘটনা।
ডকাইতৰ দুই গেঙৰ মাজত তুমুল মাৰপিট।
মাৰপিটৰ পাছত শূন্যলৈ গুলীচালনা।
স্থানীয় ৰাইজে আটক কৰে দুই ডকাইতক।
ডকাইত দুটা হায়দৰ হুছেইন আৰু চামিম আহমেদ।
লগতে উদ্ধাৰ কৰে ১২ জাঁই হস্তনিৰ্মিত গুলী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us