মহানগৰীৰ কাহিলিপাৰাৰ পৰা আটক আলফাৰ ৪ জন লিংকমেন

ধৃত বৰপেটাৰ হিমাংশু দাস, কামৰূপৰ ৰূপজ্যোতি বড়ো। বোকাখাতাৰ CRPFৰ কেম্পত বোমা বিস্ফোৰণত পাছতেই চলিছিল অভিযান । গোলাঘাটত গ্রেপ্তাৰ হোৱা ৩ অভিযুক্তই বিস্ফোৰণৰ পৰিকল্পনাৰ কথা স্বীকাৰ...

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-29 at 10.44.07 PM
  • মহানগৰ আৰক্ষীৰ জালত আলফা স্বাধীনৰ ৪ লিংকমেন
  • গোলাঘাট আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে চলাইছিল অভিযান
  • মহানগৰীৰ কাহিলিপাৰাৰ পৰা আটক ৪জন লিংকমেনক
  • ধৃত ডিব্রুগড়ৰ ঋষিৰাজ হাজৰিকা, তিনিচুকীয়াৰ লিণ্টু গগৈ
  • ধৃত বৰপেটাৰ হিমাংশু দাস, কামৰূপৰ ৰূপজ্যোতি বড়ো
  • বোকাখাতাৰ CRPFৰ কেম্পত বোমা বিস্ফোৰণত পাছতেই চলিছিল অভিযান
  • গোলাঘাটত গ্রেপ্তাৰ হোৱা ৩ অভিযুক্তই বিস্ফোৰণৰ পৰিকল্পনাৰ কথা স্বীকাৰ কৰিছিল
  • গুৱাহাটী, তেজপুৰ, লখিমপুৰত বোমা বিস্ফোৰণৰ পৰিকল্পনাৰ কথা স্বীকাৰ
  • তাৰ পাছতেই তীব্র হৈছিল আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান
  • সম্প্রতি আদালতে চাৰিওকে ৭ দিনৰ বাবে প্রেৰণ কৰে আৰক্ষীৰ জিম্মালৈ
আলফা