New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- মহানগৰীত পঞ্চম শ্রেণীৰ ছাত্রক অপহৰণ।
- এখন ক’লা ৰঙৰ চাৰিচকীয়া বাহেনেৰ অপহৰণ ছাত্রজনক।
- অপহৃত লাচিত নগৰ প্রাথমিক বিদ্যালয়ৰ পঞ্চম শ্রেণীৰ ছাত্র।
- স্কুলত যোৱাৰ সময়তে অপহৰণ কৰিছিল ছাত্রজনক।
- মুখত ক’লা কাপোৰ পিন্ধি আছিল অপহৰণকাৰী দুই যুৱকে।
- কামাখ্যা মন্দিৰৰ সমীপত এটা ঘৰত আবদ্ধ কৰি ৰাখিছিল ছাত্রজনক।
- উপস্থিত বুদ্ধিৰে অপহৰণকাৰীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম ছাত্রজন।
- ঘটনা সন্দৰ্ভত পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল ছাত্রজনৰ পৰিয়ালৰ।