New Update
/asomiyapratidin/media/media_files/2025/10/13/bffgf-2025-10-13-08-30-10.jpg)
- CIDৰ কাৰ্যালয়ত উপস্থিত ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া
- শীঘ্ৰে CIDৰ কাৰ্যালয়ত উপস্থিত হ'ব আন দুই প্ৰৱাসী অসমীয়াও
- আজি এছআইটিয়ে জেৰা চলাব ৫প্ৰৱাসী অসমীয়াক
- পুৱাই CIDৰ কাৰ্যালয়ত উপস্থিত জলংছাত নাৰ্জাৰী, পৰিক্ষীত শৰ্মা, সিদ্ধাৰ্থ বৰা
- খন্তেক পাছতে উপস্থিত হব সুস্মিতা গোস্বামী, দেৱজিত হাজৰিকা
- জেৰাৰত বহু গুৰুত্বপূৰ্ণ তথ্য উদ্ঘাটনৰ সম্ভাৱনা
- জুবিনৰ সৈতে য়ট পাৰ্টীত আছিল এই ৫ প্ৰৱাসী অসমীয়া
- জুবিনৰ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী আছিল আটাইকেইগৰাকী