New Update
/asomiyapratidin/media/media_files/2025/09/26/cid-notice-26-2025-09-26-16-16-14.jpg)
- জুবিনৰ গাৰ্গৰ মৃত্যুৰ ঘটনাত চি আই ডিৰ জাননী জাৰি।
- শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মালৈ চি আই ডিৰ জাননী।
- ছিংগাপুৰৰ ১১ গৰাকী প্ৰৱাসী অসমীয়ালৈয়ো জাননী চি আই ডিৰ।
- ১০ দিনৰ ভিতৰত আটাই কেইজন হাজিৰ হ’ব লাগিব চি আই ডিৰ কাৰ্যালয়ত।
- ইতিমধ্যে চি আই ডিয়ে আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত।
- এছ আই টিয়ে সংগ্ৰহ কৰিছে বিভিন্ন তথ্য-পাতি।
- সংগ্ৰহ কৰিছে ছিংগাপুৰৰ সাগৰৰ ভাইৰেল হোৱা ভিডিঅ’ ফুটেজসমূহো।