চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু তিনি যুৱকৰ...

চিৰাঙত ভাৰত-ভূটান সীমান্তৰ খাউটাং বজাৰত নিশা ভয়ংকৰ ঘটনা। উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু তিনিজন যুৱকৰ। ঘটনাত গুৰুতৰভাৱে আহত তিনিজনক চিকিৎসালয়ত মৃত ঘোষণা।

author-image
Asomiya Pratidin
New Update
udjjd
  • চিৰাঙত ভাৰত-ভূটান সীমান্তৰ খাউটাং বজাৰত নিশা ভয়ংকৰ ঘটনা।
  • উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু তিনিজন যুৱকৰ।
  • ঘটনাত গুৰুতৰভাৱে আহত তিনিজনক চিকিৎসালয়ত মৃত ঘোষণা।
  • মৃত্যু বিজয় মুছাহাৰী, দৈমালু নাৰ্জাৰী আৰু মাইকেল বসুমতাৰীৰ।
  • বৰ্তমান লৈ জানিব পৰা হোৱা নাই বিদ্যুস্পৃষ্ট হোৱাৰ সঠিক তথ্য।
চিৰাং চিৰাং আৰক্ষী