কাশিকোত্রাত পথ দুৰ্ঘটনাঃ একেলগে পতিত ৬ খনকৈ বাহন...

এখন তৈল পৰিবাহী টেংকাৰে মহতিয়াই নিয়ে আন ৫ খন বাহনক। এই দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। নিহত যুৱকজন বাসুগাঁৱৰ নমিত গয়াৰী বুলি চিনাক্ত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • চিৰাঙৰ কাশিকোত্রাৰ ২৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা
  • একেলগে দুৰ্ঘটনাত পতিত ৬খনকৈ বাহন
  • এখন তৈল পৰিবাহী টেংকাৰে মহতিয়াই নিয়ে আন ৫ খন বাহনক
  • সম্পূৰ্ণৰূপে ধ্বংস বাহনখনৰ নম্বৰ AS 01D J 6358
  • দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক
  • নিহত যুৱকজন বাসুগাঁৱৰ নমিত গয়াৰী বুলি চিনাক্ত
  • গুৰুতৰভাৱে আহত কেইবাজনো লোক
  • দুৰ্ঘটনাত পতিত বাহনৰ নম্বৰ ক্ৰমে- AS 02 AN 8996, AS 01 EW 4838
  • AS26C7307 নম্বৰৰ যাত্ৰীবাহী বাহনখন ৰাজপথৰ পৰা উফৰি পৰেগৈ খালত
  • আন এখন ক্ষতিগ্ৰস্ত বাহনৰ নম্বৰ AS02AN 8996
  • সংকটজনক নমিত গয়াৰীৰ ভগ্নী ঋতু গয়াৰীক চিকিৎসালয়ত ভৰ্তি
চিৰাং