New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
শুৱালকুছিত এটি কণমানিৰ সলিল সমাধি
- শুৱালকুছিত এটি কণমানিৰ সলিল সমাধি
- মৃত চাৰিবছৰীয়া কণমানিটিৰ ঘৰ নলবাৰীৰ বুদ্ৰুকুছি ৰোডত
- পৰিয়ালৰ সৈতে জেঠি মাকৰ ঘৰলৈ গৈছিল কণমানিটি
- শুৱালকুছিৰ জেঠি মাকৰ ঘৰত আছিল বিবাহ অনুষ্ঠান
- ঘৰৰ পিছফালৰ পুখুৰীত খেলি থাকোতে পানীত পৰাৰ সন্দেহ পৰিয়ালৰ
- শুৱালকুছিৰ মহত্মাগান্ধী চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল শিশুটিক
- চিকিৎসকে মৃত বুলি ঘোষনা কৰে কণমানিটিক
- মৰোনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এচলৈ প্ৰেৰণ