ৰাজ্যৰ প্রশাসনত ৰদবদল

ৰাজ্যৰ প্রশাসনত ৰদবদল। মুখ্য সচিব ৰবি ক’টাক অতিৰিক্ত বিভাগৰ পৰা অব্যাহতি। উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত দায়িত্বত আছিল ৰবি ক’টা। অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্রৱৰ্তীক অতিৰিক্ত দায়িত্ব

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...
  • ৰাজ্যৰ প্রশাসনত ৰদবদল
  • মুখ্য সচিব ৰবি ক’টাক অতিৰিক্ত বিভাগৰ পৰা অব্যাহতি
  • উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত দায়িত্বত আছিল ৰবি ক’টা
  • অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্রৱৰ্তীক অতিৰিক্ত দায়িত্ব
  • পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰো অতিৰিক্ত দায়িত্ব প্রদান
  • অতিৰিক্ত মুখ্য সচিব ড০ জে বি এক্কাক অতিৰিক্ত দায়িত্ব
  • উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ জে বি এক্কাক
  • আইপিএচ দিগন্ত বৰাক বদলি
  • পৰ্যটন আৰু গৃহ বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্ব দিগন্ত বৰাক
  • বিশেষ শাখাৰ আইজিপি হৈ আছিল দিগন্ত বৰা
  • সচিব দিলীপ কুমাৰ বৰাক ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত দায়িত্ব
প্রশাসনত ৰদবদল দিগন্ত বৰা