প্ৰসংগ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা : দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰথমে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰে হ'ব আলোচনা। ইয়াৰ পাছতে লগ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহক।

author-image
Asomiya Pratidin
New Update
525
  • দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • প্ৰথমে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰে হ'ব আলোচনা।
  • ইয়াৰ পাছতে লগ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহক।
  • নিশা ৮-০০ বজাত ভাৰতস্থিত ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰেও আলোচনা কৰাৰ কথা।
  • জুবিন গাৰ্গৰ মৃত্যুক লৈ চলা তদন্তৰ সন্দৰ্ভতে তদন্ত আৰু ছিংগাপুৰৰ তথ্য সংক্ৰান্তিয় বিষয়তে চলিব এই আলোচনা।
জুবিন গাৰ্গ