New Update
/asomiyapratidin/media/media_files/2025/09/21/385-2025-09-21-01-26-24.jpg)
- দিল্লী বিমান বন্দৰত জুবিন গাৰ্গৰ নশ্বৰ দেহত ৰাজ্যবাসীৰ হৈ শ্ৰদ্ধা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- মায়াৱিনী গীত আওৰাই জুবিনলৈ শ্ৰদ্ধা নিবেদন মুখ্যমন্ত্ৰীৰ।
- বন্ধু জুবিনক এনে অৱস্থাত দেখি উচুপি উঠিল পবিত্ৰ মাৰ্ঘেৰিটা।
- চকুপানী ধৰি ৰাখিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মায়ো।
- দুহাতে আলফুলে তুলি মুখ্যমন্ত্ৰী- পবিত্ৰ মাৰ্ঘেৰিটাই জুবিনক উঠাই দিলে এম্বুলেঞ্চত।